Category: Assamese Story
ভাৰতীয় মূলৰ সুন্দৰ পিচাই বৰ্তমান গুগলৰ CEO. ইয়াৰ আগতে তেখেত গুগলৰ চিনিয়ৰ ভাইচ প্ৰেছিডেন্ট আছিল। সুন্দৰ পিচাইয়ে 1972 চনত চেন্নাইত জন্মগ্ৰহণ কৰে। তেখেতৰ মূল নাম পিচাই সুন্দৰাজন যদিও তেখেত এতিয়া সুন্দৰ পিচাই নামেৰে জনাজাত। IIT খড়গপুৰৰ পৰা সুন্দৰ পিচাইয়ে নিজৰ বেচিলৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। তেখেত নিজৰ বেইচৰ চিল্বাৰ মেডেলিষ্ট আছিল। আমেৰিকাৰ ষ্টেনফৰ্ড ইউনিভাৰ্চিটিৰ পৰা সুন্দৰ
এখন গাওঁত ৰঞ্জিত নামৰ এজন খৰিকতীয়া আছিল। তেওঁ ভগৱান শিৱৰ পৰম ভক্ত আছিল।কিন্তু ৰঞ্জিতৰ পত্নীয়ে লিলিয়ে ভগৱানক বিশ্বাস নকৰিছিল। কিন্তু ৰঞ্জিতে দিনে ৰাতিয়ে মহাদেৱক প্ৰাৰ্থনা কৰিছিল যে, তাৰ পত্নীয়ে সৎ বুদ্ধি পায়। আৰু যাৰ বাবে তায়ো পূজা অৰ্চনা কৰে।ৰঞ্জিতে পুৱা সোনকালে উঠি পূজা পাঠ কৰি খৰি কাটিবলৈ হাবিলৈ যায়। আৰু তাৰপাছত সেই খৰিকে বজাৰত বিক্রি
এজন দৰিদ্ৰ আৰু গৌতম বুদ্ধৰ কথাৰে এবাৰ গৌতম বুদ্ধ এখন গাওঁত ধৰ্ম সভাত উপস্থিত আছিল। তেতিয়া গাওঁৰ লোকসকলে নিজৰ নানান সমস্যাক লৈ, গৌতম বুদ্ধৰ ওচৰলৈ গৈছিল। আৰু নিজৰ সমাধান লৈ, আনন্দ মনেৰে তাৰপৰা ওভতিছিল। সেই গাওঁতে বাটৰ কাষত এজন দৰিদ্ৰ লোক বহি আছিল। আৰু ধৰ্ম সভালৈ যোৱা সকলোলৈ মন দি চাই ৰৈছিল। তেতিয়া সেই দৰিদ্ৰ
এবাৰ সংখ্যা ৯য়ে ৮ক জোৰকে চৰ মাৰিলে। তেতিয়া ৮ এ কান্দিবলৈ ধৰিলে আৰু সুধিলে, মোক কিয় চৰ মাৰিলা! ৯য়ে কলে, মই যে, তোতকৈ ডাঙৰ, সেয়ে চৰ মাৰিলো। সেই কথাখিনি শুনাৰ লগে লগে ৮সংখ্যাটোৱ ৭ক মাৰিলে, আৰু ৯য়ে কোৱা কথাখিনি কলে এনেকৈয়ে। ৭সংখ্যাটোৱে ৬ক।৬য়ে ৫ক।৫য়ে৪ক।৪য়ে৩ক। ৩য়ে ২ক।আৰু ২য়ে ১ক চৰ মৰা প্ৰতিক্ৰিয়াটো চলি গল। এতিয়া ১
প্ৰিয়ব্ৰত ৰজাৰ কাহিনী স্বায়াম্ভুৱ মনুৰ জেষ্ঠ পুত্র প্ৰিয়ব্ৰতে কুমাৰ কালতে নাৰদৰ পাদসেৱা কৰাৰ ফলত তত্ব জ্ঞান লাভ কৰি মহাভাগৱত অৰ্থাৎ কৃষ্ণৰ পৰম ভকত হৈছিল। এই উন্নত জ্ঞানৰ প্ৰভাৱত তেওঁ ৰজা হোৱাৰ বাসনা ত্যাগ কৰি সৰু ভায়েক উত্তানপাদক ৰাজ্য ভাৰ গতাই তপস্যা কৰিবলৈ বনলৈ গুচি গল। উত্তানপাদে বহু বছৰ ৰাজ্যশাসন কৰিছিল।তেওঁৰ পাছত ধ্ৰুৱ আৰু ধ্ৰুৱৰ বংশধৰ
বীৰ হনুমানৰ ১০টা ৰহস্য হিন্দু সকলৰ প্ৰমুখ দেৱতাবীৰ হনুমানৰ বিষয়ে, বহু ৰহস্য আছে যি, বহুতো লুকাই আছে।শাস্ত্র অনুসাৰে বীৰ হনুমান এই পৃথিৱীত, এক কল্প লৈকে সশৰীৰে থাকিব।। ১/বীৰ হনুমানৰ জন্ম স্হানকৰ্ণাটকৰ কপিল জিলাত অৱস্থিত, হম্পীৰ ওচৰতে থকা গাওঁ অনেগুন্দীক ৰামায়ণ কালীণকিষ্কিন্ধা বুলি কোৱা হয়।তুংগভদ্ৰা নদী পাৰ হৈ, অনেগুন্দী যোৱাৰ মাৰ্গত, পম্পা হৰোবৰ পোৱা যায়।তাতে স্হিত
গল্প__ৰহস্যময়ী অৰ্কিড শ্ৰুতি আৰু অমনে সমুখৰ অৰন্যখনলৈ চালে ৷ ৰাতিপুৱাৰ কোমল ৰদজাকে জিলমিলাই তুলিছে অৰন্যখন ৷ অমনে সুধিলে শ্ৰুতিক, শ্ৰুতি তুমি সঠিক খবৰ পাইছানে এই অৰন্যখনতে অৰ্কিডৰ গছ আছে ? হয় অমন এই অৰন্যখনতে আছে মই বিছাৰি থকা অৰ্কিডবিধ ৷ দুয়ো ভিতৰলৈ সোমাই গল৷বৃহৎ বৃহৎ গছৰ ঠাল ঠেঙুলিয়ে অৰণ্যৰ ভিতৰ ভাগ জয়াল কৰি তুলিছে ৷
শাওণ মাহটোপ্ৰেমিক প্ৰেমিকাৰ বাবে, কিয় শুভ হয় আৰুশাওণ মাহত বলে বম কিয় পালন কৰা হয়! প্ৰেমিক প্ৰেমিকাৰ প্ৰতিক হিচাপেদেৱাদিদেৱ ভোলানাথৰ পূজা অৰ্চনা সকলো শিৱ মন্দিৰতে মন পচন্দৰ জীৱন সংগীপাবৰ বাবে কৰে। বিশেষ কৰি শাওণ মাহত প্ৰায় সংখ্যাক ভক্ত ৰূপত প্ৰেমিক প্ৰেমিকাক শিৱ মন্দিৰত দেখিবলৈ পোৱা যায়। বছৰৰ ১২মাহৰভিতৰত শাওণ মাহটো শিৱ বাবাৰ আটাইতকৈ প্ৰিয় মাহ।
জীৱনৰ বাণী ১/জীৱনত কেতিয়াও নিজকে বেকাৰ বুলি নেভাবিবা। কাৰণ বন্ধ ঘড়ী এটাও দিনটোত দুবাৰ সময় দিয়ে। ২/যিজনে পৰচৰ্চা কৰে,তেওঁ সেই ভেনা মাখিটোৰ দৰে। কিয়নো গোটেই সুন্দৰ শৰীৰৰ থাকোতে কেচাঁ ঘা ডোখৰতহে পৰে। ৩/টক পইচা থাকিলে তোমাৰ কাষতহেজাৰজন বন্ধু থাকিব। কিন্তু দেখিবা টকা পইচা নহলে কিছুমান গভীৰ সম্পর্কও হেৰাই যায়। ৪/হাঁহিৰে চালে গোটেই সংসাৰখন ৰঙীন দেখিবা।
ৰাধাৰ মৃত্যু তেতিয়া বৃন্দাবনত ভগৱান শ্রী কৃষ্ণ আৰু ৰাধাৰ মাজত এক ভালপোৱাৰ সু সম্পর্ক আছিল। পিছে মামা কংসই শ্রী কৃষ্ণক মথুৰা নগৰীলৈ নিমন্ত্রণ জনালে। বৃন্দাবনত শ্রী কৃষ্ণৰ বন্ধু, গাওঁৰ লোক সকল আৰু পশু পক্ষী সকলোৱে কান্দিবলৈ আৰম্ভ কৰিলে। বৃন্দাবনৰ সকলোৰে পৰা শ্রী কৃষ্ণই বিদায় লৈ, মথুৰা লৈ যাত্রা আৰম্ভ কৰিলে। তেতিয়া ৰাধাই গম পালে যে,
সুভদ্ৰা হৰণ এবাৰ অৰ্জুনে এবছৰ ধৰি তীৰ্থযাত্ৰা কৰিব লগা হৈছিল। পঞ্চপাণ্ডৱে যেতিয়া দ্ৰৌপদীক বিয়া কৰাইছিল, তেতিয়া নাৰদে বিধি চাই এক নিয়ম বান্ধি দিছিল যে, দ্ৰৌপদীয়ে প্ৰতিজন পাণ্ডৱৰ লগত এমাহ, এমাহ কে থাকিব লাগে আৰু কোনো এজন পাণ্ডৱৰ লগত থকা অৱস্থাত যদি আন এজনে যদি দ্ৰৌপদীৰ কাষ চাপে, তেনেহলে তেওঁ এবছৰ বনবাস খাটিব লাগিব। এবাৰ যুধিষ্ঠিৰে
ঋষভৰ কাহিনীঋষভৰ জন্ম কথা প্ৰিয়ব্ৰতৰ জেষ্ঠ্য পুত্র আছিল অগ্নিত্ৰ। অগ্নিত্ৰৰ পুত্র আছিল নাভি। নাভিয়ে ৰূপে গুণে, অনিন্দিতা মেৰুদেৱীক বিয়া কৰাইছিলো। কিন্তু তেওঁলোকৰ কোনো সতি সন্ততি নোহোৱাত ৰজা চিন্তাত আকুল হৈ এক যজ্ঞ পাতি পুত্র কামনাৰে কৃষ্ণক ভজন কৰিছিল। ৰজাৰ ভকতিত সন্তষ্ট হৈ নাৰায়ণ তেওঁৰ সন্মুখত আৰ্ৱিভাৱ হল। ঋষিসকলে আৰু যজমানে নাৰায়ণক মধুৰ বচনেৰে অনেক স্তুতি