Soybean Benefits In Assamese

চয়াবিনৰ উপকাৰী গুণ

চয়াবিনত প্ৰচুৰ পৰিমাণে, ফাইবাৰ আৰু প্ৰটিন আছে। সেয়ে পুষ্টিহীন লোকে চয়াবিন খালে, শৰীৰৰ ওজন বঢ়োৱাৰ লগতে পুষ্টিও লাভ কৰে।

চয়াবিনত থকা প্ৰটিনে শৰীৰৰ কোষ আৰু মাংস পেশীত শক্তি বৃদ্ধি কৰে। তেজৰ সঞ্চালন সঠিক ভাৱে ৰাখে।

চয়াবিনত থকা কেলছিয়াম, মেগনেছিয়াম, কপাৰ আদিয়ে শৰীৰৰ হাড়ৰ গঠন মজবুত কৰে। অনিদ্ৰা দূৰ কৰে।

চয়াবিনে বিভিন্ন ৰোগৰ বীজাণু

প্ৰতিৰোধ কৰাৰ লগতে, হৃদৰোগ, ডায়েবেটিচ ৰোগো প্ৰতিৰোধ কৰে।

চয়াবিনে শৰীৰৰ ভিতৰত ক্ষতি কৰিব পৰা পদার্থ

আঁতৰ কৰে। কেঞ্চাৰ ৰোগৰ কোষবোৰক প্ৰতিৰোধ কৰে।

Add a Comment

Your email address will not be published. Required fields are marked *