ঢেকীয়াত প্ৰটিন
ভিটামিন, এ, ভিটামিন বি কম্প্লেক্স, ভিটামিন চি, ভিটামিন ই, বিতা কেৰাটিন, এন্টিঅক্সিডেন্ট কেলছিয়াম, আইৰন, ফছফৰাছ, ইত্যাদি পোৱা যায়।
সিজোৱাৰ আগতে ঢেকীয়া শাক,
কেইবাবাৰো ভালদৰে ঘঁহি ঘঁহি ধুব লাগে।
ভালদৰে নুধুলে আৰু আধা সিঁজাকৈ খালে, বমি, ওকালি, পেটৰ বিষ, হাগনি, জ্বৰ আদি লক্ষণে দেখা দিব পাৰে।

ঢেকীয়াৰ উপকাৰিতা

১/ঢেকীয়া ডায়েবেটিচ ৰোগীৰ বাবে উপকাৰী।
২) ঢেকীয়াই শক্তি বৰ্ধক আৰু যৌন দুৰ্বলতা আঁতৰাই।
৩/ঢেকীয়াই মুত্ৰনলীৰ সংক্ৰমন বা ইউৰিনাৰী ট্ৰেক্ট
ইনফেকশ্বনত ঢেকীয়া উপকাৰী।
৪/ঢেকীয়াই ফিটা পেলু নাশ কৰে।


৫/ঢেকীয়াৰ গুড়িৰ শিপাৰ পাউদাৰ লগালে ঘাঁ শুকাই।
৬/ঢেকীয়াই কোষ্ঠকাঠিন্য দূৰ কৰে।
৭/ঢেকীয়াত থকা ভিটামিন এ’য়ে দৃষ্টি শক্তি উন্নতি কৰে।
৮) ঢেকীয়াত থকা পটাচিয়ামে
উচ্চ ৰক্ত চাপ কমাতে সহায় কৰে।

ঢেকীয়া শাকত বিকিৰণ ৰোধক গুণ আছে।
ঢেকীয়াৰ শিপাই চাহ বনাই খালে, হাওঁফাওঁত অক্সিজেনৰ প্ৰবাহ ভাল হয়। উশাহ লোৱাত কষ্ট দূৰ হয়।

ঢেকীয়াৰ বাতনাশক গুণ আছে।

ঢেকীয়া শাক মহিলাৰ স্তন ৰোগৰ বাবে, অতিকৈ উপকাৰী।
প্ৰসৱৰ পাছত হোৱা স্তনৰ বিষ, স্তনাগ্ৰ ফাটি যোৱা আৰু মাতৃদুগ্ধৰ উন্নতি ঘটায়।
ঢেকীয়াই বক্ষৰোগ, কাঁহ, শ্বাসজনিত ৰোগ, হাওঁফাওঁৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰে।