September 5, 2021
Lemon Benefits In Assamese
স্বাস্থ্য ৰক্ষাৰ বাবে নেমুৰ ভূমিকা গুৰুত্বপূৰ্ণ।
নেমুৰ দহটা উপকাৰিতা।

১/ওজন হ্ৰাস কৰাত সহায় কৰো।
গৰম পানীৰ লগত নেমু ৰস মিহলাই, খালী পেটত খালে উপকাৰ পোৱা যায়।
২) নেমুত যথেষ্ট পৰিমাণৰ চি ভিটামিন থাকে।
৩/নেমু বা নেমু ৰস খালে, ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা বৃদ্ধি হয়।
৪/হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে।
পেটৰ সমস্যা দূৰ কৰিব পাৰে।
৫/লিভাৰ ভালে ৰাখে।
৬/চি ভিটামিন থকাৰ বাবে ছালৰ
সমস্যা দূৰ কৰাত সহায় কৰে।
৭/গৰম পানীৰ লগত নেমু ৰস মিহলাই খালে, গাঁঠিৰ বিষৰ পৰা বহু পৰিমাণে উপশম পাব পাৰি।
৮/নেমুৰ ৰস মিহলি গৰম পানী খোৱাটো দাঁতৰ বাবেও উপকাৰী। দাঁতৰ বিষৰ যন্ত্রণা হ্রাস কৰিব পাৰি।
৯/চাইনাছ বা শ্বাস প্রশ্বাসজনিত সমস্যা সমাধানত সহায়ক।
১০/গৰম পানীত নেমুৰ ৰস বা চাহৰ
লগত মিহলাই খালে মূৰৰ বিষৰ পৰাও উপশম পোৱা যায়।