9 Evidence-Based Health Benefits of Bananas In Assamese
কলৰ উপকাৰিতাসমূহ

১/ৰক্তহীনতা সমস্যা
কলত থকা আইৰণে ৰক্তহীনতাৰ সমস্যা দূৰ কৰে। আৰু নিয়মিয়াকৈ কল খালে হিম’গ্লবিন বৃদ্ধি হয়।
২/পুৰিলে
জুই বা আন গৰম বস্তুৱে পুৰিলে,
পকা কল পিটিকি লগালে, জ্বলা পুৰা কমে।
৩/গ্ৰহণী ৰোগ
পকা কলত, জিৰা গুড়ি মিহলাই খালে
পুৰণি গ্ৰহণী ৰোগত পৰিত্ৰাণ পোৱা যায়।
৪/ছানি পৰা
কুকুৰীকণা, ছানি পৰা, গ্লুকমা আদি
চকুৰ ৰোগ নিয়মিয়াকৈ কল খালে, প্ৰতিৰোধ কৰিব পাৰি।
৫/অৰ্শ ৰোগ
নিয়মিয়াকৈ পকা কল খালে,
অৰ্শ ৰোগ নিয়ন্ত্রণলৈ আহে।
৬) ওজন বৃদ্ধি হয়
গাখীৰৰ সৈতে কল নিয়মিয়াকৈ খালে,
শৰীৰৰ ওজন বৃদ্ধি হয়।
৭/ছাল মসৃণ
কলত থকা ভিটামিন চি’য়ে, শৰীৰৰ ছাল মসৃণ আৰু সতেজ কৰি ৰাখে।
৮/হৃদযন্ত্ৰ, ৰক্তচাপ
নিয়মিত ভাৱে কল খালে, হৃদযন্ত্ৰ সৱল হয়, লগতে ৰক্তচাপ নিয়ন্ত্রণ কৰে।
৯/কল খালে শক্তি যোগানত সহায়তা কৰে। কলত গ্লু_কজ, ফক্টজ, পটাছিয়ামৰ পৰিমাণ বেছি সেইবাবে ব্যায়াম কৰা সকলৰ বাবে তৎক্ষনাৎ শক্তি যোগানত সহায়তা কৰে।
সপ্তাহত ৫_৬টা খালে
কিডনি সুৰক্ষিত হৈ থাকে।
পেটত কৃমি হলে, কাচ কল খালে
পেটৰ কৃমি মৰে।
কল খালে শৰীৰৰ গাঁঠিৰ বিষো
নিয়ন্ত্রণত থাকে।
কলে চকুৰ ৰোগ হোৱাত বাধা দিয়ে।
শৰীৰৰ পৰ্য্যাপ্ত প্ৰটিন আৰু শক্তি লাভ কৰিবলৈ হলে, গাখীৰৰ লগত কল খাব লাগে।