September 5, 2021
Teeth Whitening In Assamese
দাঁতত হালধীয়া ৰং ধৰিলে

তেজপাত ৪খিলা ৰদত শুকুৱাই, গুড়ি কৰি বটলত ভৰাই লব।
কমলা বা নেমুৰ বাকলি, ৰদত দি, গুড়ি কৰি লব।
যদি আপোনাৰ মুখৰ দুৰ্গন্ধ থাকে, তেন্তে লং দুটামানো গুড়ি কৰি লব।
তিনিওটা মিশ্রণ একেলগে মিহলাই তাতে, এচিকুত নিমখ দি, দাঁত ব্ৰাচ কৰিব, সপ্তাহত তিনিদিনকে।
এনেদৰে দুসপ্তাহ ঘঁহিলে, দাঁত চকচীয়া হয়।
মনত ৰাখিব, সপ্তাহত ৩দিনহে।