এবাৰ সংখ্যা ৯য়ে ৮ক জোৰকে চৰ মাৰিলে। তেতিয়া ৮ এ কান্দিবলৈ ধৰিলে আৰু সুধিলে, মোক কিয় চৰ মাৰিলা! ৯য়ে কলে, মই যে, তোতকৈ ডাঙৰ, সেয়ে চৰ মাৰিলো। সেই কথাখিনি শুনাৰ লগে লগে ৮সংখ্যাটোৱ ৭ক মাৰিলে, আৰু ৯য়ে কোৱা কথাখিনি কলে এনেকৈয়ে।

৭সংখ্যাটোৱে ৬ক।
৬য়ে ৫ক।
৫য়ে৪ক।
৪য়ে৩ক। ৩য়ে ২ক।
আৰু ২য়ে ১ক চৰ মৰা প্ৰতিক্ৰিয়াটো চলি গল। এতিয়া ১ সংখ্যাটোৱে কাক চৰ মাৰিব। ১ৰ তলৰটো ০হে আছিল। কিন্তু একে তাক চৰ মৰা নাছিল, মাথো মৰমেৰে উঠাই লৈ, তাৰ কাষত বহুৱাই ললে। আৰু যেতিয়াই বহুৱাই ললে তেতিয়াই তাৰ শক্তি ১০ হৈ পৰিল। আৰু ৯ৰ অৱস্থা বেয়া হৈ গল।

জীৱনত কোনোবাৰ সংগই যথেষ্ট।
কান্ধত কাৰোবাৰ হাতখনে যথেষ্ট। দূৰত থাকক বা কাষত। একো প্ৰভাৱ নপৰে। মূল্যৱান আৰু সচাঁ সম্পর্কৰ মাথো অনুভবের যথেষ্ট।

কেতিয়াও কাকোৱেই অসহায় আৰু দূৰ্বলতাক লৈ নাহাঁহিবা। কিয়নো কোনেও দূৰ্বল আৰু অসহায়ক কিনি লৈ নাহে।

মগজু, যিমানেই চোকা নহওঁক কিয়, ভাগ্য অৱিহনে জিকিব নোঁৱাৰে। বীৰবল বহুত বুদ্ধি মান আছিল যদিও, কেতিয়াও বাদশ্বাহ হব নোঁৱাৰিলে।

আপুনি নিজেই নিজক কেতিয়াও সাৱটি ধৰিব নোঁৱাৰে। আৰু কেতিয়াও নিজৰ কান্ধত মূৰটো থৈ কান্দিব নোঁৱাৰে।
ইজনে সিজনৰ জীয়াই থকাৰ, নামটোৱেই জীৱন।

সেয়ে সময় তেওঁক দিয়ক, যিয়ে আপোনাক হৃদয়েৰে বিচাৰে। সম্পর্ক টকা পইচাৰ বান্ধোন নহয়। কিয়নো কিছুমান সম্পর্কই লাভাংশ নিদিয়ে, কিন্তু জীৱনক নিশ্চয় কারাগার ধনী সজাঁই দিয়ে।

আপুনি চাইকেল চলাওঁক বা বাইক বা বি, এম, ডব্লিউ কাৰ। চলাওঁক ৰাস্তাতো একেই থাকিব। আপুনি ৪জি মোবাইলৰ পৰা জিঅ চিমেৰে কল কৰক বা নকিয়া ১১০০ মোবাইলে সেট কল কৰক। কথাখিনিটো একেই শুনিব। সকলোবোৰ একেই কিন্তু, সকলোৰে পদ্ধতিবোৰ সম্পূর্ণ বেলেগ বেলেগ হৈ পৰিছে।