Author: Sabir Ahmed

Download Glip Screen Recorder Streamer and Gboard – the Google Keyboard

Download Glip Screen Recorder Streamer Record 60 fps gameplay videos with front camera, different bitrate & resolution modes, in-game sound recording, and microphone. Enable the accessibility permission to record video with in-game mic sounds and communicate with teammates via the in-game microphone. Record in both landscape and portrait orientations whole game sessions or just the

Google CEO Sundar Pichai Story In Assamese

ভাৰতীয় মূলৰ সুন্দৰ পিচাই বৰ্তমান গুগলৰ CEO. ইয়াৰ আগতে তেখেত গুগলৰ চিনিয়ৰ ভাইচ প্ৰেছিডেন্ট আছিল। সুন্দৰ পিচাইয়ে 1972 চনত চেন্নাইত জন্মগ্ৰহণ কৰে। তেখেতৰ মূল নাম পিচাই সুন্দৰাজন যদিও তেখেত এতিয়া সুন্দৰ পিচাই নামেৰে জনাজাত। IIT খড়গপুৰৰ পৰা সুন্দৰ পিচাইয়ে নিজৰ বেচিলৰ ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। তেখেত নিজৰ বেইচৰ চিল্বাৰ মেডেলিষ্ট আছিল। আমেৰিকাৰ ষ্টেনফৰ্ড ইউনিভাৰ্চিটিৰ পৰা সুন্দৰ

Download Net Guard Internet Blocker App for Android

The description of NetGuard No root access is necessary with NetGuard’s easy and sophisticated methods for blocking access to the internet. You can individually grant or deny access to applications and addresses through your Wi-Fi and/or mobile connection. Access to the internet can be restricted to: • cut back on data usage; preserve battery life;

Assamese Inspirational Story

এখন গাওঁত ৰঞ্জিত নামৰ এজন খৰিকতীয়া আছিল। তেওঁ ভগৱান শিৱৰ পৰম ভক্ত আছিল।কিন্তু ৰঞ্জিতৰ পত্নীয়ে লিলিয়ে ভগৱানক বিশ্বাস নকৰিছিল। কিন্তু ৰঞ্জিতে দিনে ৰাতিয়ে মহাদেৱক প্ৰাৰ্থনা কৰিছিল যে, তাৰ পত্নীয়ে সৎ বুদ্ধি পায়। আৰু যাৰ বাবে তায়ো পূজা অৰ্চনা কৰে।ৰঞ্জিতে পুৱা সোনকালে উঠি পূজা পাঠ কৰি খৰি কাটিবলৈ হাবিলৈ যায়। আৰু তাৰপাছত সেই খৰিকে বজাৰত বিক্রি

Hair Fall Home Remedies In Assamese

অকালতে চুলি পকা আৰু সৰা সমস্যাৰ ৰোধৰ উপায়! আমলখি-৫বা৬টা আমলখি লৈ, একাপ নাৰিকল তেলৰ লগত, আমলখি কেইটা কলা নোহোৱা লৈকে গৰম কৰক আৰু এই তেলেৰে, আপোনাৰ চুলিকুচা দিনত ২বাৰ মান মালিচ কৰক। নাৰিকল তেল-আপোনাৰ চুলিত সদায়ে নাৰিকল তেল লগাওক। ই চুলি দীঘল ঘন আৰু অধিক কলা কৰাত সহায় কৰে। পিয়াঁজৰ ৰস-চুলিত পিয়াঁজৰ ৰস, লগোৱাটো নিয়মত

Gautam Buddhas Inspirational Story In Assamese

এজন দৰিদ্ৰ আৰু গৌতম বুদ্ধৰ কথাৰে এবাৰ গৌতম বুদ্ধ এখন গাওঁত ধৰ্ম সভাত উপস্থিত আছিল। তেতিয়া গাওঁৰ লোকসকলে নিজৰ নানান সমস্যাক লৈ, গৌতম বুদ্ধৰ ওচৰলৈ গৈছিল। আৰু নিজৰ সমাধান লৈ, আনন্দ মনেৰে তাৰপৰা ওভতিছিল। সেই গাওঁতে বাটৰ কাষত এজন দৰিদ্ৰ লোক বহি আছিল। আৰু ধৰ্ম সভালৈ যোৱা সকলোলৈ মন দি চাই ৰৈছিল। তেতিয়া সেই দৰিদ্ৰ

Life Lesson In Assamese

এবাৰ সংখ্যা ৯য়ে ৮ক জোৰকে চৰ মাৰিলে। তেতিয়া ৮ এ কান্দিবলৈ ধৰিলে আৰু সুধিলে, মোক কিয় চৰ মাৰিলা! ৯য়ে কলে, মই যে, তোতকৈ ডাঙৰ, সেয়ে চৰ মাৰিলো। সেই কথাখিনি শুনাৰ লগে লগে ৮সংখ্যাটোৱ ৭ক মাৰিলে, আৰু ৯য়ে কোৱা কথাখিনি কলে এনেকৈয়ে। ৭সংখ্যাটোৱে ৬ক।৬য়ে ৫ক।৫য়ে৪ক।৪য়ে৩ক। ৩য়ে ২ক।আৰু ২য়ে ১ক চৰ মৰা প্ৰতিক্ৰিয়াটো চলি গল। এতিয়া ১

গৰ্ভাৱস্হাৰ সৈতে জড়িত অন্ধ বিশ্বাস

বিবাহৰ পাছত নাৰীৰ প্ৰথম তথা গুৰুত্বপূৰ্ণ এক সপোন হল মাতৃ হোৱা। অৰ্থাৎ স্বামীৰ লগত পৰিয়ালক এটি সন্তান উপহাৰ দিয়া। যেতিয়া নাৰী এগৰাকী মাতৃ হোৱাৰ পথত আগবাঢ়ে, তেতিয়া স্বাভাৱিকতে পৰিয়ালৰ বয়োজ্যেষ্ঠজনে তথা ঘৰৰ প্ৰতি সদ্যসই এটি কণমানিৰ সপোন দেখা আৰম্ভ কৰে। ইয়াৰ ফলত শুভাকাংক্ষী আটায়ে গৰ্ভৱতী নাৰীগৰাকীক নানান সৎ উপদেশ, বিধি বিধানেৰে এই সময়ছোৱাত চলা ফুৰা

Story Of King Priyabrata In Assamese

প্ৰিয়ব্ৰত ৰজাৰ কাহিনী স্বায়াম্ভুৱ মনুৰ জেষ্ঠ পুত্র প্ৰিয়ব্ৰতে কুমাৰ কালতে নাৰদৰ পাদসেৱা কৰাৰ ফলত তত্ব জ্ঞান লাভ কৰি মহাভাগৱত অৰ্থাৎ কৃষ্ণৰ পৰম ভকত হৈছিল। এই উন্নত জ্ঞানৰ প্ৰভাৱত তেওঁ ৰজা হোৱাৰ বাসনা ত্যাগ কৰি সৰু ভায়েক উত্তানপাদক ৰাজ্য ভাৰ গতাই তপস্যা কৰিবলৈ বনলৈ গুচি গল। উত্তানপাদে বহু বছৰ ৰাজ্যশাসন কৰিছিল।তেওঁৰ পাছত ধ্ৰুৱ আৰু ধ্ৰুৱৰ বংশধৰ

Biggest Mystery of Hanuman in Assamese

বীৰ হনুমানৰ ১০টা ৰহস্য হিন্দু সকলৰ প্ৰমুখ দেৱতাবীৰ হনুমানৰ বিষয়ে, বহু ৰহস্য আছে যি, বহুতো লুকাই আছে।শাস্ত্র অনুসাৰে বীৰ হনুমান এই পৃথিৱীত, এক কল্প লৈকে সশৰীৰে থাকিব।। ১/বীৰ হনুমানৰ জন্ম স্হানকৰ্ণাটকৰ কপিল জিলাত অৱস্থিত, হম্পীৰ ওচৰতে থকা গাওঁ অনেগুন্দীক ৰামায়ণ কালীণকিষ্কিন্ধা বুলি কোৱা হয়।তুংগভদ্ৰা নদী পাৰ হৈ, অনেগুন্দী যোৱাৰ মাৰ্গত, পম্পা হৰোবৰ পোৱা যায়।তাতে স্হিত

Bhut Jalakiya Benefits In Assamese

ভোট জলকীয়া বহু ঔষধি গুণেৰে ভৰপূৰ। গৱেষণাৰ পৰা পোৱা তথ্য মতে পকা ভোট জলকীয়াত প্ৰচুৰ পৰিমাণে কেপচাইছিন নামৰ নামৰ ৰাসায়নিক পদাৰ্থ পোৱা যায়। ই বিষ নিৰাময়ত সুফলদায়ক। গাঁঠিৰ বিষ, পানী লগা, জ্বৰ কাঁহ, ডায়েৰিয়া, চকুৰ ৰোগ নিৰাময়ত এই কেইপচাছিনে গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰে। ১/ভোট জলকীয়াত থকা এছক’ৰবিক এচিডে প্ৰধানকৈ আমাৰ শৰীৰৰ প্ৰাকৃতিক ৰোগ প্ৰতিৰোধ ক্ষমতা

ৰহস্যময়ী অৰ্কিড

গল্প__ৰহস্যময়ী অৰ্কিড শ্ৰুতি আৰু অমনে সমুখৰ অৰন্যখনলৈ চালে ৷ ৰাতিপুৱাৰ কোমল ৰদজাকে জিলমিলাই তুলিছে অৰন্যখন ৷ অমনে সুধিলে শ্ৰুতিক, শ্ৰুতি তুমি সঠিক খবৰ পাইছানে এই অৰন্যখনতে অৰ্কিডৰ গছ আছে ? হয় অমন এই অৰন্যখনতে আছে মই বিছাৰি থকা অৰ্কিডবিধ ৷ দুয়ো ভিতৰলৈ সোমাই গল৷বৃহৎ বৃহৎ গছৰ ঠাল ঠেঙুলিয়ে অৰণ্যৰ ভিতৰ ভাগ জয়াল কৰি তুলিছে ৷

Lemon Benefits In Assamese

স্বাস্থ্য ৰক্ষাৰ বাবে নেমুৰ ভূমিকা গুৰুত্বপূৰ্ণ।নেমুৰ দহটা উপকাৰিতা। ১/ওজন হ্ৰাস কৰাত সহায় কৰো।গৰম পানীৰ লগত নেমু ৰস মিহলাই, খালী পেটত খালে উপকাৰ পোৱা যায়। ২) নেমুত যথেষ্ট পৰিমাণৰ চি ভিটামিন থাকে। ৩/নেমু বা নেমু ৰস খালে, ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা বৃদ্ধি হয়। ৪/হজম শক্তি বৃদ্ধি কৰাত সহায় কৰে।পেটৰ সমস্যা দূৰ কৰিব পাৰে। ৫/লিভাৰ ভালে ৰাখে। ৬/চি

শাওণ মাহটো প্ৰেমিক প্ৰেমিকাৰ বাবে, কিয় শুভ হয়

শাওণ মাহটোপ্ৰেমিক প্ৰেমিকাৰ বাবে, কিয় শুভ হয় আৰুশাওণ মাহত বলে বম কিয় পালন কৰা হয়! প্ৰেমিক প্ৰেমিকাৰ প্ৰতিক হিচাপেদেৱাদিদেৱ ভোলানাথৰ পূজা অৰ্চনা সকলো শিৱ মন্দিৰতে মন পচন্দৰ জীৱন সংগীপাবৰ বাবে কৰে। বিশেষ কৰি শাওণ মাহত প্ৰায় সংখ্যাক ভক্ত ৰূপত প্ৰেমিক প্ৰেমিকাক শিৱ মন্দিৰত দেখিবলৈ পোৱা যায়। বছৰৰ ১২মাহৰভিতৰত শাওণ মাহটো শিৱ বাবাৰ আটাইতকৈ প্ৰিয় মাহ।

Soybean Benefits In Assamese

চয়াবিনৰ উপকাৰী গুণ চয়াবিনত প্ৰচুৰ পৰিমাণে, ফাইবাৰ আৰু প্ৰটিন আছে। সেয়ে পুষ্টিহীন লোকে চয়াবিন খালে, শৰীৰৰ ওজন বঢ়োৱাৰ লগতে পুষ্টিও লাভ কৰে। চয়াবিনত থকা প্ৰটিনে শৰীৰৰ কোষ আৰু মাংস পেশীত শক্তি বৃদ্ধি কৰে। তেজৰ সঞ্চালন সঠিক ভাৱে ৰাখে। চয়াবিনত থকা কেলছিয়াম, মেগনেছিয়াম, কপাৰ আদিয়ে শৰীৰৰ হাড়ৰ গঠন মজবুত কৰে। অনিদ্ৰা দূৰ কৰে। চয়াবিনে বিভিন্ন ৰোগৰ